২০১৭ চনৰ পৰা সৌৰ আৰু বায়ু শক্তিৰে চলিব গুগল

২০১৭ চনৰ পৰা সৌৰ আৰু বায়ু শক্তিৰে চলিব গুগল

Monday December 26, 2016,

1 min Read

গুগল প্ৰতিষ্ঠানটো চলি থাকিবলৈ যিমান শক্তিৰ প্ৰয়োজন সেয়া ছান ফ্ৰান্সিস্ক মহানগৰীখন চলি থাকিবলৈ প্ৰয়োজন হোৱা শক্তিখিনিৰ সমান । এই সকলোখিনি শক্তি ২০১৭ চনৰপৰা সৌৰ আৰু বতাহৰ মাধ্যমেৰে আহৰণ কৰিব গুগলে । গুগলৰ তথ্যকেন্দ্ৰবোৰ পৃথিৱীৰ বিভিন্ন কোণত স্থাপিত আৰু গুগলৰ কৰ্মচাৰীৰ সংখ্যা ৬০,০০০ । 

Image : The Guardian

Image : The Guardian


ইতিমধ্যে গুগলৰ ৪৪ শতাংশ শক্তি পুনৰ আহৰণ কৰিব পৰা উৎসৰপৰা আহৰণ কৰা হয় । গুগলক আশ্ৰয় কৰিয়েই বহুতো পৰিবেশ অনুকূল শক্তি প্ৰকল্প গঢ় লৈ উঠিছে । 

ইউ টিউব জি মেইলৰপৰা আৰম্ভ কৰি বিভিন্ন চাৰ্ছ ইঞ্জিনলৈকে গুগলৰ আঠটা ব্যৱসায়ৰ মুঠতে ১০০ কোটি গ্ৰাহক আছে । এই সকলোবোৰ চলে ১৩ টা তথ্যকেন্দ্ৰৰ সহায়ত । একোটা তথ্যকেন্দ্ৰত লাখ লাখ কম্পিউটাৰ থাকে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মাহে চাৰি টকা দৰমহা পোৱা সুৰেশ পুজাৰীয়ে দেশে-বিদেশে ২২ খন ৰেষ্টোৰাঁ খোলাৰ কাহিনী

আবৰ্জনাৰ অভাৱত বিদেশৰপৰা আমদানি কৰিছে ছুইডেনে

কাৰ্ডৰ জৰিয়তে লেনদেনত সেৱা কৰ পৰিত্যাগ চৰকাৰৰঃ এবাৰ লেনদেনত ২০০০ টকালৈকে ৰেহাই

সাত শতাধিক বাটৰ কুকুৰক আশ্ৰয় দিয়া মানুহজন