বিহাৰৰ এখন জিলাৰ মহিলাসকলে কলাৰে গছ-গছনি সংৰক্ষণ কৰিছে

বিহাৰৰ এখন জিলাৰ মহিলাসকলে কলাৰে গছ-গছনি সংৰক্ষণ কৰিছে

Tuesday December 27, 2016,

1 min Read

দেশৰ বিভিন্ন অঞ্চলত বায়ু প্ৰদুষণ এক ডাঙৰ সমস্যা হৈ দেখা দিয়াৰ সময়তে বিহাৰৰ মধুবনী জিলাৰ মহিলা আৰু যুৱতী সকলে কলাৰ মাধ্যমেৰে প্ৰদুষণৰ সৈতে যুঁজ দিছে । পাৰম্পৰিক মধুবনী শিল্পৰ জৰিয়তে তেওঁলোকে হাজাৰ হাজাৰ গছ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে ।

Image : Patna Beats

Image : Patna Beats


তিনি বছৰ আগেয়ে আৰণ্ভ হোৱা এই প্ৰচেষ্টাৰ অধীনত তেওঁলোকে গছত ছবি অংকন কৰিছে । আজি কেইবা কিলোমিটাৰ পথৰ দাঁতিত এই ছবি অংকিত গছ দেখা যায় আৰু এইবোৰ পৰ্যটকৰ আকৰ্ষণৰো কেন্দ্ৰ । এই মহিলাসকলে ৰামপট্টি আৰু ৰাজনগৰ অঞ্চলৰ গছবোৰত দেব দেবীৰ ছবি অংকন কৰে যাতে এইবোৰ কোনেও কাটিবলৈ সহাস নকৰে ।

প্ৰথমে এই গছবোৰৰ গত চুণৰ লেপন দিয়া হয় । ই পোক পৰুৱাৰপৰা গছজোপাক ৰক্ষা কৰে । এই চুণৰ বগা লেপনৰ ওপৰত মহিলাসকলে ছবি অংকন কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এইগৰাকী কাশ্মিৰী মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

আঙুলিৰ চাপেৰেই বিমান বন্দৰত প্ৰবেশ কৰিব পৰা যাব

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য