ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত চাইবাৰ সুৰক্ষাৰ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত চাইবাৰ সুৰক্ষাৰ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Sunday March 26, 2017,

1 min Read

কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ ভাৰতীয় কম্পিউটাৰ আপাতকালীন ব্যৱস্থাপনা দল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোমলেণ্ড চিকিউৰিটি ডিপাৰ্টমেন্ট অন কোপাৰেশ্যন ইন দ্য ফিল্ড অৱ চাইবাৰ চিকিউৰিটিৰ মাজত চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। উল্লেখযোগ্য যে নতুন দিল্লীত ২০১৭ চনৰ ১১ জানুৱাৰীত এই চুক্তি স্বাক্ষৰিত হৈছিল।

image


এই চুক্তিয়ে চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত তথ্যৰ আদান প্ৰদানৰ জৰিয়তে পাৰস্পৰিক বুজাপৰাৰ মাজেৰে সহযোগিতা স্থাপনেৰে দুয়োখন দেশৰ আইন শৃংখলা বজাই ৰাখি উন্নয়নৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিব। 

 এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

ব্যাৱসায়িক পৰিকল্পনা ভাল হলে পুঁজি আহিবই: ৰৱি ৰঞ্জন, নাছকম ১০,০০০ ষ্টাৰ্টআপছ

ড'নাৰ মন্ত্ৰালয়ৰ বাবে পুঁজিৰ যোগান

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান