ভাৰতত টয়'টা, ছুজুকীৰ সহযোগিতা

ভাৰতত টয়'টা, ছুজুকীৰ সহযোগিতা

Sunday March 26, 2017,

1 min Read

টয়’টা আৰু ছুজুকীৰ অধ্যক্ষ অকিঅ’ টয়’টা আৰু অ’ ছুজুকীয়ে অলপতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।

এই আলোচনাত টয়’টা-ছুজুকীৰ ব্যৱসায়িক সহযোগিতা আৰু ভৱিষ্যতৰ প্ৰযুক্তিগত উন্নয়নৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। এই সহযোগিতাই প্ৰযুক্তি আৰু নিৰ্মাণৰ ক্ষেত্ৰখনত টয়’টাৰ বৈশ্বিক আধিপত্য আৰু সৰু গাড়ী বনোৱাৰ ক্ষেত্ৰত বিশেষকৈ ভাৰতত ছুজুকীৰ সামৰ্থ্যক একেলগ কৰাৰ আশা কৰা হৈছে। লগতে ভাৰতে নতুন প্ৰযুক্তিগত বিকাশৰ সমলো ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব বুলিও আশা কৰা হৈছে। তদুপৰি, উচ্চ মাত্ৰাৰ প্ৰযুক্তিৰ বাবে প্ৰয়োজনীয় উপাদানবোৰে স্থানীয় নিৰ্মানখণ্ডকো সক্ষম কৰি তুলিব।

image


সেয়েহে, এই সহযোগিতাই মেক ইন ইণ্ডিয়াকো উৎসাহিত কৰাৰ লগতে সংস্থাপন বৃদ্ধিতো অৰিহণা যোগাব। ই নতুন প্ৰযুক্তি ৰপ্তানি কৰাৰ বাবে ভাৰতৰ নতুন পৰিসৰ মুকলি কৰিব। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা

উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’