টেষ্ট ক্ৰিকেটত ত্ৰিশতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰ কৰুণ নায়াৰলৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

টেষ্ট ক্ৰিকেটত ত্ৰিশতক অৰ্জন কৰা ভাৰতীয় ক্ৰিকেটাৰ কৰুণ নায়াৰলৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Tuesday December 20, 2016,

1 min Read

চেন্নাইত চলি থকা ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ পঞ্চমখন টেষ্টৰ চতুৰ্থ দিনা অপৰাজিত ৩০৩ ৰাণৰ নাটকীয় ইনিংছ খেলা ভাৰতীয় ক্ৰিকেটাৰ কৰুণ কালাধৰণ নায়াৰৰ সাফল্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনায়৷

image


প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘কৰুণ নায়াৰে খেলা এই ঐতিহাসিক ত্ৰিশতক অৰ্জনৰ বাবে খেলুৱৈগৰাকীলৈ অশেষ শুভকামনা ও অভিনন্দন জনাইছো৷ তোমাৰ এই সাফল্যত আমি উৎফুল্লিত আৰু লগতে গৌৰৱান্বিত৷’’ 

( উৎস- পি আই বি )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

অনন্য হোৱাৰ বাবেই বিলাসী ব্ৰেণ্ডসমূহ অনলাইন ক্ষেত্ৰখনত দোপত দোপে আগুৱাইছে

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ

মাত্ৰ এটকাত পেছাদাৰী সহায়েৰে শিশু শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত অভিনৱ পদক্ষেপ