দক্ষিণ কোৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় ভেকচিন প্ৰতিষ্ঠানত ভাৰতৰ সদস্যভুক্তিত কেবিনেটৰ অনুমোদন

দক্ষিণ কোৰিয়াৰ আন্তঃৰাষ্ট্ৰীয় ভেকচিন প্ৰতিষ্ঠানত ভাৰতৰ সদস্যভুক্তিত কেবিনেটৰ অনুমোদন

Monday January 30, 2017,

1 min Read

অলপতে কেন্দ্ৰীয় কেবিনেটে আন্তঃৰাষ্ট্ৰীয় ভেকচিন প্ৰতিষ্ঠান (আইভিআই)ৰ গৱৰ্ণিং কাউন্সিলত ভাৰতৰ পূৰ্ণকালীন সদস্যভুক্তিৰ প্ৰস্তাৱত অনুমোদন জনায়৷ এই সিদ্ধান্তৰ সৈতে দক্ষিণ কোৰিয়াৰ ছিউলস্থিত আন্তঃৰাষ্ট্ৰীয় ভেকচিন প্ৰতিষ্ঠানলৈ ৫,০০,০০০ ইউএছ ডলাৰৰ বাৰ্ষিক বৰঙণিৰ বিষয়টো জড়িত হৈ আছে৷

image


পটভূমিঃ

ইউএনডিপিৰ পৃষ্ঠপোষকতাত ১৯৯৭ চনত দক্ষিণ কোৰিয়াৰ ছিউলত আন্তঃৰাষ্ট্ৰীয় ভেকচিন প্ৰতিষ্ঠান(আইভিআই)স্থাপন হৈছিল৷ ই এক আন্তঃৰাষ্ট্ৰীয় সংগঠন, যিয়ে মাৰাত্মক বেমাৰৰ পৰা সাধাৰণ লোকক বিশেষকৈ শিশুসকলক ৰক্ষাৰ বাবে নতুন আৰু উন্নত টীকা আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত কাম কৰি আহিছে৷ ২০০৭ত কেবিনেটৰ অনুমোদন অনুসৰি ভাৰতে আই ভি আই-ৰ সৈতে জড়িত হয়৷ ভাৰতে দীৰ্ঘদিনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ভেকচিন প্ৰতিষ্ঠানৰ অংশীদাৰ আৰু সহযোগী হৈ আহিছে৷ 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

হুইল চেয়াৰৰপৰা ৰেম্পৱাক আৰু বিশ্বৰেকৰ্ডলৈ ৰুচিকা শৰ্মাৰ যাত্ৰা

স্বপ্নভঙ্গই জন্ম দিছিল বিশ্ব অভিলেখৰ স্বপ্নৰ: অভিজিৎ বৰুৱা

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী

উন্নত মান, গ্ৰাহকৰ সন্তুষ্টিয়েই শক্তি অসমৰ ফাৰ্নিচাৰৰ ব্ৰেণ্ড 'কেনক্ৰাফট'ৰ