বিশ্বৰ প্ৰথমটো পানীত ওপঙা স্মাৰ্টফ'ন

বিশ্বৰ প্ৰথমটো পানীত ওপঙা স্মাৰ্টফ'ন

Wednesday December 28, 2016,

1 min Read

কমেট কৰ নামৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰি উলিয়াইছে বিশ্বৰ প্ৰথমটো পানীত ওপঙা স্মাৰ্টফ'ন । কমেট এই স্মাৰ্টফ'নটো এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত চলে ।

Image : Facebook

Image : Facebook


এই ফ'নটোৰ আৰ্হি প্ৰস্তুত কৰিছে বাঙ্গালুৰুৰ প্ৰশান্ত ৰাজে । ইয়াত আছে এখন ৪.৭ ইন্সিৰ স্ক্ৰীণ আৰু এটা ১৬ মেগা পিক্সেলৰ কেমেৰা, ৪ জি বি ৰেম , কোৱালকম স্নেপ ড্ৰেগন ৮১০ আৰু ২ গিগা হাৰ্টজ অক্টা ক'ৰ প্ৰচেছৰ ।

আনকি ইয়াত সংলগ্ন আছে এটা মুড ৰিকগনাইজাৰ যি মানুহৰ শৰীৰৰ উত্তাপ অনুসৰি ৰং সলাব পাৰে । প্ৰতিবছৰে ৮২ মিলিয়ন স্মাৰ্টফন পানী লাগি নষ্ট হয় । কমেট ফন সমূহ পানীত ওপঙিব পৰাকৈ প্ৰস্তুত কৰা হৈছে ।

এই ফন প্ৰস্তুত কৰিবলৈ প্ৰশান্তে ইন্দিগ'গ'ৰ যোগেদি এক ক্ৰাউড ফাণ্ডিং অভইযান চলাইছিল আৰু আঢ়ৈ লাখ ডলাৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

বন্ধ কাৰখানা চলাই বিশাল কোম্পানী গঢ়া এজন শ্ৰমিক

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

এইগৰাকী কাশ্মিৰী মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ