শুকুৰবাৰে মুকলি হ'ব ২০০ টকীয়া নোট

শুকুৰবাৰে মুকলি হ'ব ২০০ টকীয়া নোট

Thursday August 24, 2017,

1 min Read

ভাৰতৰ বিত্ত মন্ত্ৰালয়ে বুধবাৰে আনুস্থানিকভাৱে ঘোষণা কৰে নতুন ২০০ টকীয় নোট প্ৰৱৰ্তনৰ সিদ্ধান্তৰ কথা । ইতিমধ্যে এই সম্বন্ধে ৰাজপত্ৰিত ঘোষণা কৰা হৈছে । 

image


এই ঘোষণা ১৯৩৪ চনৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আইনৰ ২৪তম দফা অনুসৰি আৰু আৰ বি আইৰ কেন্দ্ৰীয় সঞ্চালক মণ্ডলীৰ পৰামৰ্শ অনুসৰি কৰা হৈছে । এই নোট শুকুৰবাৰৰপৰা মুকলি কৰা হ'ব । কিন্তু এটিএমত এই নোট উপলব্ধ হবলৈ সময় লাগিব ।

বিমূদ্ৰীকৰণৰ পাছত ২০০০ টকীয়া নোটৰ আধিক্য আৰু ১০০ টকীয়া তথা ৫০০ টকীয়া নোটৰ অভাৱক লৈ বাৰুকৈয়ে আহুকালত পৰিছে সাধাৰণ জনতা । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

২০০ টকীয়া নোট সম্পৰ্কে জানিবলগীয়া দহটা কথা

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক

বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক