নৌ-শিক্ষা আৰু প্রশিক্ষণ সংক্রান্তীয় নথিপত্র সন্দৰ্ভত ভাৰত আৰু সংযুক্ত আৰব আমীৰশ্বাহীৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ প্রস্তাৱত অনুমোদন কেবিনেটৰ

নৌ-শিক্ষা আৰু প্রশিক্ষণ সংক্রান্তীয় নথিপত্র সন্দৰ্ভত ভাৰত আৰু সংযুক্ত আৰব আমীৰশ্বাহীৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ প্রস্তাৱত অনুমোদন কেবিনেটৰ

Friday January 27, 2017,

1 min Read

কেন্দ্ৰীয় কেবিনেটে নৌ-কর্মীসকলৰ যোগ্যতা আৰু দক্ষতা সংক্রান্তীয় প্ৰশংসাপত্রবোৰ পৰস্পৰে স্বীকৃতি দিয়াৰ সন্দৰ্ভত ভাৰত আৰু সংযুক্ত আৰব আমীৰশ্বাহীৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰৰ প্রস্তাৱত অনুমোদন জনোৱা হয়।

image


প্রস্তাৱিত বুজাবুজি চুক্তি অনুসৰি দুয়ো দেশৰ চৰকাৰে নৌ-শিক্ষা আৰু প্রশিক্ষণ, প্রার্থীসকলৰ যোগ্যতা আৰু দক্ষতা সম্পর্কীয় প্ৰশংসাপত্র, প্রশিক্ষণ সংক্রান্তীয় নথিপত্র তথা শাৰীৰিক যোগ্যতা পৰীক্ষাত উত্তীর্ণ হোৱাৰ প্ৰশংসাপত্রসমূহ পৰস্পৰে স্বীকৃতি প্ৰদানৰ ব্যৱস্থা থাকিব। ইয়াৰ ফলত দুয়োখন দেশৰ নাবিকসকলৰ নিযুক্ত লাভৰ দিশতো বিশেষ সা-সুবিধাৰ বাট প্ৰশস্ত হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কাশ্মীৰী পণ্ডিত পৰিয়ালক সহায়ৰ বাবে নিজৰ জীৱন বিপন্ন কৰা এক কাশ্মীৰী মুছলমান দম্পতি

স্মাৰ্ট চিটিৰ বাবে আমি প্ৰস্তুত নে?

চকুৰ পচাৰতে ঋণ দিয়ে কীৰ্তি জৈনে

দেউলীয়া পিতৃৰ পুত্ৰই কোটিপতিৰ সৃষ্টি কৰে