বৃদ্ধ পেঞ্চন বীমা আঁচনি-২০১৭

বৃদ্ধ পেঞ্চন বীমা আঁচনি-২০১৭

Monday January 30, 2017,

1 min Read

অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বৃদ্ধ পেঞ্চন বীমা আঁচনি মুকলি কৰাত অনুমোদন জনায় ৷ বিত্তীয় আৰু সামাজিক সুৰক্ষাক লৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা প্ৰতিশ্ৰুতিৰ অংশস্বৰূপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

Image credit: Shutterstock

Image credit: Shutterstock


৬০ অথবা তাতকৈ অধিক বছৰ বয়সত নাগৰিকক সামাজিক সুৰক্ষা প্ৰদানৰ বাবে এই আঁচনিখন এলআইচিৰ মাধ্যমেৰে চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে ৰূপায়ন কৰা হ’ব৷ এই আঁচনিয়ে বছৰি গেৰাণ্টী ৮% সূতত দহ বছৰৰ বাবে পেঞ্চন আগবঢ়াব৷ আঁচনিখনত প্ৰতি মাহে, প্ৰতি তিনি মাহে, প্ৰতি ছয়মাহে আৰু বছৰেকীয়া পদ্ধতিত পেঞ্চন লাভৰ বিকল্প ৰখা হৈছে৷

মুকলিৰ পৰা এবছৰৰ ভিতৰত উপভোক্তাই বৃদ্ধ পেঞ্চন বীমা আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ লাভ কৰিব৷ 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ তৃতীয় ৰঙালী উৎসৱ

'ৰইছ' মাত্ৰ এটা চেলু

বিধান সভা অধিবেশন উপলক্ষে মহানগৰীৰ যান-বাহন সম্পৰ্কীয় বাধা-নিষেধ

আই আই টি গুৱাহাটীত তিনিদিনীয়াকৈ উদগম-১৭