বৌদ্ধিক সম্পত্তিৰ ক্ষেত্রত সহযোগিতাৰ বাবে ভাৰত-গ্ৰেট ব্ৰিটেইনৰ মাজত সম্পাদিত বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন

বৌদ্ধিক সম্পত্তিৰ ক্ষেত্রত সহযোগিতাৰ বাবে ভাৰত-গ্ৰেট ব্ৰিটেইনৰ মাজত সম্পাদিত বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

1 min Read

কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত বৌদ্ধিক সম্পত্তিৰ ক্ষেত্রত ভাৰত আৰু গ্ৰেট ব্ৰিটেইনৰ মাজত সম্পাদিত বুজাবুজি চুক্তিলৈ যাৱতীয় অনুমোদন জনোৱা হয়৷ উল্লেখ্য যে সংশ্লিষ্ট বুজাবুজি চুক্তিখন চলিত বৰ্ষৰে ৭ নৱেম্বৰ তাৰিখে স্বাক্ষৰিত হৈছিল৷

image


ভাৰত আৰু গ্ৰেট ব্ৰিটেইনৰ মাজত বৌদ্ধিক সম্পত্তিৰ ক্ষেত্ৰত সহযোগিতাৰ প্ৰসাৰৰ অধীনত বিভিন্ন প্রশিক্ষণ কাৰ্যসূচী, বিশেষজ্ঞ বিনিময় আৰু প্রযুক্তিগত বিনিময় কাৰ্যসূচীৰ সুযোগক আৰু সম্প্রসাৰণ কৰাৰ সুযোগ লাভ কৰা যাব। 

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড