তামিল নাডুত গঢ়ি উঠিছে বিশ্বৰ বৃহত্তম সৌৰ শক্তি প্ৰকল্প

তামিল নাডুত গঢ়ি উঠিছে বিশ্বৰ বৃহত্তম সৌৰ শক্তি প্ৰকল্প

Wednesday December 28, 2016,

1 min Read

জলবায়ু পৰিবৰ্তন আৰু প্ৰদুষণ বৰ্তমান ভাৰতৰ বিভিন্ন অঞ্চলৰ বাবে বিশাল সমস্যা হৈ উঠাৰ সময়তে এটা ভাল খবৰ । তামিল নাডুৰ কামুঠি সৌৰ শক্তি প্ৰকল্প বিশ্বৰ বৃহত্তম সৌৰ শক্তি প্ৰকল্পত পৰিণত হৈছে । 

Image : National Geographic

Image : National Geographic


এই প্ৰকল্প ২,৫০০ একৰ অঞ্চল আগুৰি আছে । এই স্থানত একেলগে ৪৭৬ খন ফুটবল মেচ আয়োজন কৰিব পাৰি । ইয়াত ৬৪৮ মেগাৱাট পৰিবেশ অনুকূল শক্তি উৎপাদন কৰিব পাৰি আৰু ১.৫ লাখ ঘৰলৈ বিদ্যুৎ যোগান ধৰিব পাৰি । এই প্ৰকল্প নিৰ্মাণত ৪,৫০০ কোটি টকা খৰচ হয় ।

এই প্ৰকল্পত ২৫ লাখ চলাৰ পেনেল সংযুক্ত আছে । এই পেনেলবোৰ এটা ৰবটিক ব্যৱস্থাৰে দৈনিক পৰিষ্কাৰ কৰা হয় । আডানি পাৱাৰে নিৰ্মাণ কৰা এই প্ৰকল্প আঠ মাহত সম্পূৰ্ণ হৈ উঠিছিল । আগতে এই প্ৰকল্প কেলিফৰ্ণিয়াৰ টপাজ চলাৰ ফাৰ্মে পৰিচালনা কৰিছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

বন্ধ কাৰখানা চলাই বিশাল কোম্পানী গঢ়া এজন শ্ৰমিক

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

কাশ্মীৰৰ ক্ৰিকেট প্ৰশিক্ষক ছাকিনা আখটাৰে যুঁজ দিছে সামাজিক বাধাৰ বিৰুদ্ধে