‘ভাৰতীয় ঔদ্যোগিক উন্নয়ন সেৱা’ গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

‘ভাৰতীয় ঔদ্যোগিক উন্নয়ন সেৱা’ গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Friday December 23, 2016,

1 min Read

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰালয়ৰ অধীনত উন্নয়ন আয়ুক্ত (এম এছ এম ই)ৰ কাৰ্যালয়ত ‘ভাৰতীয় ঔদ্যোগিক উন্নয়ন সেৱা’ গঠনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। নতুন গোট সৃষ্টিয়ে কেৱল গঠনৰ ক্ষেত্ৰতে যে সাল-সলনি ঘটাব তেনে নহয়, বৰং ই ‘ষ্টাৰ্ট আপ ইণ্ডিয়া’, ‘ষ্টেণ্ড আপ ইণ্ডিয়া’, আৰু ‘মে’ক ইন ইণ্ডিয়া’ পদক্ষেপৰ লক্ষ্যত উপনীত হোৱাতো সহায়ক হ’ব।

image


ইয়াৰদ্বাৰা অনুষ্ঠানৰ শক্তি আৰু সামৰ্থ বৃদ্ধি পোৱাৰ উপৰিও একনিষ্ঠ সেৱক তথা কাৰিকৰীভাৱে পৰিপক্ক কৰ্মকৰ্তাৰ সহায়েৰে ক্ষুদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগৰ উন্নয়নো সম্ভৱ হৈ উঠিব বুলি আশা কৰা হৈছে ।

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

মাহে চাৰি টকা দৰমহা পোৱা সুৰেশ পুজাৰীয়ে দেশে-বিদেশে ২২ খন ৰেষ্টোৰাঁ খোলাৰ কাহিনী

তামিল নাডুত ৰন্ধন গেছৰ এজেন্টে লৈ ফুৰিব স্বাইপ মেচিন

আবৰ্জনাৰ অভাৱত বিদেশৰপৰা আমদানি কৰিছে ছুইডেনে

ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ কাষৰ মদৰ দোকানৰ ওপৰত নিষেধাজ্ঞা উচ্চতম ন্যায়ালয়ৰ