এই গাওঁখনৰ মহিলা সকলে দেৱালীত আয় কৰিলে ৭০ কোটি টকা

এই গাওঁখনৰ মহিলা সকলে দেৱালীত আয় কৰিলে ৭০ কোটি টকা

Monday October 31, 2016,

1 min Read

গুজৰাটৰ খেড়া জিলাৰ উত্তৰচান্দা নামৰ এখন সৰু গাৱঁৰ বাসিন্দাৰ সংখ্যা ১০,০০০ । গান্ধীনগৰৰপৰা ৭৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গাওঁখনৰ সাক্ষৰতাৰ হাৰ আৰু জীৱনধাৰণৰ মান অতি উন্নত । ২০১১ চনৰ লোকপিয়ল অনুসৰি এই গাওঁখনৰ সাক্ষৰতাৰ হাৰ ৯০ শতাংশ । গুজৰাটৰ ৰাজ্যিক সাক্ষৰতাৰ হাৰ ৭৮ শতাংশ আৰু ৰাষ্ট্ৰীয় হাৰ ৭৪ শতাংশ । 

Representational Image; Source - Flickr

Representational Image; Source - Flickr


অৱশ্যে উত্তৰছানা আন এটা কাৰণতো বিখ্যাত । এই গাওঁখনত গঢ়ি উঠিছে এক বিশাল ব্যৱসায় । মূলতঃ গাওঁখনৰ মহিলা সকলো গঢ়ি তোলা ৩৫ টা ক্ষুদ্ৰ উদ্যোগৰ যোগেদি পাপড়, ভুজিয়া আদি খাদ্য সামগ্ৰী এক বিশাল ব্যৱসায় আছে এই গাওঁখনত। প্ৰতিবছৰে দেৱালীৰ সময়ত তেওঁলোকে ৭০ কোটি টকাৰ সামগ্ৰী বিক্ৰী কৰে ।  

যোৱা ৩০ বছৰ ধৰি উত্তৰছানাৰ মহিলা সকলে এই ব্যৱসায় কৰি আহিছে । দেৱলীৰ সময়ত তেওঁলোকে প্ৰায় ৭০০ টন সামগ্ৰী প্ৰেৰণ কৰে । ইয়াৰে আধাখিনি ৰপ্তানি হয় বিদেশলৈ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এলিজাবেথৰপৰা ৰেম্ব'লৈকে যিকোনো ৰূপ ধাৰণ কৰিব পৰা এগৰাকী মেক আপ শিল্পী

অচিৰেই সকলো শৈক্ষিক প্ৰমাণপত্ৰ উপলব্ধ হব ডিজিটেল মাধ্যমত

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক

কৰ্মচাৰীক ৪০০ ফ্লেট আৰু ১২৬০ খন গাড়ী দেৱালীৰ বানচ হিচাপে দিয়া এজন ব্যৱসায়ী