ভাৰত আৰু ৰোৱাণ্ডাৰ মাজৰ বায়ু সেৱা চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

ভাৰত আৰু ৰোৱাণ্ডাৰ মাজৰ বায়ু সেৱা চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Sunday February 26, 2017,

1 min Read

কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু ৰুৱাণ্ডাৰ মাজত বায়ু সেৱা চুক্তিপত্ৰত অনুমোদন জনোৱা হয়। এই চুক্তিপত্ৰৰ জৰিয়তে ভাৰত আৰু ৰোৱাণ্ডাৰ মাজত বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু সাংস্কৃতিক বিনিময় ভেটি সুদৃঢ় হোৱাৰ লগতে অসামৰিক বিমানসেৱাৰ উত্তৰণো সম্ভৱ হ’ব। তাৰোপৰি ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মাজত যোগাযোগ আৰু সম্পৰ্ক অব্যাহত ৰখাৰ জৰিয়তে বাণিজ্যিক সম্পৰ্কৰ উত্তৰণ অধিক সুৰক্ষিত হ’ব।

image


উল্লেখযোগ্য যে যোৱা ২২ ফেব্ৰুৱাৰীত ভাৰত আৰু ৰোৱাণ্ডাৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল । এই চুক্তি অনুসৰি এপ্ৰিলৰ পৰা দুয়ো দেশৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কাশ্মীৰ প্ৰসঙ্গত চিন্তা-চৰ্চাৰ দৰকাৰ

মহিলাৰ স্বাস্থ্যৰ বাবে এজন পুৰুষৰ বিচিত্ৰ সংগ্ৰাম

বাৰাণসীৰ বাসিন্দাৰ বাবে ভগৱানৰ দূত- জেবি মেডিটেক

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে