কুৰনুলৰ আই আই ডি এমক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰীয় প্রতিষ্ঠান মর্যাদা

কুৰনুলৰ আই আই ডি এমক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰীয় প্রতিষ্ঠান মর্যাদা

Tuesday February 28, 2017,

1 min Read

প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে সংসদত ভাৰতীয় তথ্য-প্রযুক্তি প্রতিষ্ঠান (সংশোধন) বিধেয়ক, ২০১৭ উত্থাপন কৰাৰ প্রস্তাৱলৈ যাৱতীয় অনুমোদন প্ৰদান কৰিছে৷

image


উল্লেখ্য যে প্রস্তাৱিত বিধেয়কখনত কুৰনুলৰ ভাৰতীয় তথ্য-প্রযুক্তি, নক্সা আৰু নির্মাণ সংক্রান্তীয় প্রতিষ্ঠানখনক (আই আই টি ডি এম) অন্যান্য তথ্য-প্রযুক্তি সংস্থাসমূহৰ দৰে মূল আইনত অন্তর্ভুক্তিৰ বিধান ৰখা হৈছে। ইয়াৰ ফলত, কুৰনুলৰ এই প্রতিষ্ঠানখনে এক জাতীয় গুৰুত্বপূর্ণ প্রতিষ্ঠানৰ মর্যাদা লাভ কৰিব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰক্তি আৰু খঙৰ সৈতে মোকাবিলা কৰাৰ ৯টা কিটিপ

১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান