তামিল নাডুত ৰন্ধন গেছৰ এজেন্টে লৈ ফুৰিব স্বাইপ মেচিন

তামিল নাডুত ৰন্ধন গেছৰ এজেন্টে লৈ ফুৰিব স্বাইপ মেচিন

Friday December 23, 2016,

1 min Read

তামিল নাডুত ইণ্ডেন গেছৰ গ্ৰাহক সকলে লাভ কৰিব ঘৰতে কাৰ্ডেৰে ধন আদায় দিয়াৰ সুবিধা । ঘৰত চিলিণ্ডাৰ দিয়াৰ সময়ত স্বাইপ মেচিন লৈ ফুৰিব এজেন্ট সকলে । ২০১৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ব্যৱস্থা ।

Source : Flickr / Meena Kadri

Source : Flickr / Meena Kadri


বিমুদ্ৰীকৰণৰ পাছৰেপৰা ভাৰতৰ বহুসংখ্যক এ টি এম এতিয়াও কাৰ্যক্ষম হৈ উঠা নাই । কাৰ্যক্ষম এ টি এম সমূহৰো বেছিভাগতে ধনৰ অভাৱ । নগদবিহীন অৰ্থনীতিৰ দোষ আৰু গুণ দুয়োটাই আছে যদিও লাহে লাহে বিভিন্ন বিক্ৰেতাই পে টি এম বা ফ্ৰী চাৰ্জ আদি অনলাইন পদ্ধতিবোৰ ব্যৱহাৰ কৰা আৰম্ভ কৰিছে । 

ইণ্ডেন গেছ আৰু তামিল নাডু চৰকাৰৰ এই পদক্ষেপে জনসাধাৰণক যথেষ্ট সকাহ দিব ।

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

বিভূতি লহকৰ: এছিয়াৰপৰা মনোনীত একমাত্ৰ IUCN ৱৰ্ল্ড হেৰিটেজ হিৰ'

অলিম্পিক পদক নিলাম কৰি কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে ধন যোগাৰ কৰা এথলীটজন

উপলুঙাৰ উত্তৰ দিবলৈ আৰম্ভ হৈছিল গুৱাহাটী ফুডি

ষ্টিফেন হকিঙৰ আৰ্হিত কণ্ঠস্বৰেৰে নিয়ন্ত্ৰণ কৰিব পৰা হুইল চেয়াৰ নিৰ্মাণ কৰা এজন ছাত্ৰ