অতিৰিক্ত ২% মৰগীয়া বানচ/মৰগীয়া সাহাৰ্যত কেবিনেটৰ অনুমোদন

অতিৰিক্ত ২% মৰগীয়া বানচ/মৰগীয়া সাহাৰ্যত কেবিনেটৰ অনুমোদন

Friday March 17, 2017,

1 min Read

কেন্দ্ৰীয় কেবিনেট বৈঠকত ১.১.২০১৭ ৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্তভাৱে দিবলগীয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ আৰু পেন্সনাৰসকলৰ মৰগীয়া সাহাৰ্য প্ৰদানৰ বাবে অনুমোদন জনোৱা হৈছে। মুল্যবৃদ্ধিৰ ক্ষতিপুৰণ হিচাপে প্ৰদান কৰা এই বানচ তথা সাহাৰ্য হাৰ মুল দৰমহা/পেন্সন পূৰ্বৰ ২%ৰ লগতে অতিৰিক্ত ২% কৈ লাভ কৰিব।

Image Credit- ShutterStock

Image Credit- ShutterStock


সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিতে এই বৃদ্ধি কৰা হৈছে।

ইয়াৰ ফলত মৰগীয়া বানচ/মৰগীয়া সাহাৰ্যৰ নামত প্ৰতি বছৰে ৫,৮৫৭.২৮ কোটি আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত(২০১৭ৰ জানুৱাৰীৰ পৰা ২০১৮ৰ ফেব্ৰুৱাৰীলৈ ১৪ মাহ) ৬,৮৩৩.৫০ কোটি টকাৰ অতিৰিক্ত বোজা পৰিব।

ইয়াৰ দ্বাৰা ৪৮.৮৫ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৫৫.৫১ লাখ পেন্সনাৰ উপকৃত হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

 এটিএম বিচাৰি হাবাথুৰি খোৱাৰ ফলত সৃষ্টি হোৱা এটা ব্যৱসায়ৰ লক্ষ্য ২৫০ কোটি টকা

এক্ট ইষ্ট নীতিয়ে সলনি কৰিব উত্তৰ-পূবৰ ছবি: অধ্যাপক ই বিজয় কুমাৰ

প্ৰাৰম্ভিক উদ্যোগীসকললৈ ২০ টা বিনামূলীয়া আহিলা

ছেণ্ড এনিমেশ্বনেৰে দিগন্ত মাধৱ গোস্বামীৰ বিশ্বমুখী যাত্ৰা