কিংবদন্তি ভিভ ৰিচাৰ্ডছৰ পুত্ৰৰ কেনভাছত বিৰাট কোহলী

কিংবদন্তি ভিভ ৰিচাৰ্ডছৰ পুত্ৰৰ কেনভাছত বিৰাট কোহলী

Thursday July 28, 2016,

1 min Read

ৱেষ্ট ইণ্ডিজৰ মহান ক্ৰিকেট কিংবদন্তি ছাৰ ভিভিয়ান ৰিচাৰ্ডছে বিৰাট কোহলীৰ প্ৰথম টেষ্ট দ্বিশতকৰ প্ৰশংসা কৰাৰ পাছত বিভ ৰিচাৰ্ডছৰ পুত্ৰ মালী ৰিচাৰ্ডছে কোহলীৰ সন্মানত তেওঁক এখন পেইন্টিং উপহাৰ দিয়ে । এতিয়ালৈকে ১৮ খন প্ৰথম শ্ৰেণীৰ মেচ খেলা মালীয়ে কোহলীক তেওংৰ হোটেলত নিজৰ এজন শিল্পী বন্ধুৰ সৈতে লগ কৰি এি পেইন্টিংখন উপহাৰ দিয়ে । উল্লেখযোগ্য যে এই পেইন্টিং তেওঁ তেওঁৰ শিল্পী বন্ধু এজনৰ সৈতে লগ হৈ প্ৰস্তুত কৰিছে । 

উৎস- টুইটাৰ

উৎস- টুইটাৰ


ৰিচাৰ্ডছে বিচিচিআই টিভিক কয়, "আমি তেওঁৰ প্ৰথম দ্বিশতকক চিৰযুগমীয়া কৰাৰ কথা চিন্তা কৰিলো । আমি একেদিনাই পেইন্টিংখন বনালো আৰু তেওঁক দিবলৈ আহিলো । " অলপতে ৩০০০ টেষ্ট ৰাণ সম্পুৰ্ণ কৰা কোহলী বিদেশৰ মাটিত জ্বশতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয় অধিনায়ক । 

ইয়াৰ পূৰ্বে ৰিচাৰ্ডছে কোহলীৰ ইনিংছ সম্পৰ্কে কৈছিল, এয়া উচ্চ শ্ৰেণীৰ শতক । ছাৰ ভিভিয়ান ৰিচাৰ্ডছ খেলপথাৰত দ্বিশতক অৰ্জন কৰা সহজ নহয় । এই ইনিংছ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আছিল যদিও ইয়াক দেখি মই আননদিত হ'লো ।" - পিটিআই  

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

সমস্যাৰ সৈতে যুঁজেই ৰাষ্ট্ৰীয় স্বীকৃতি আনিলে এজন গ্ৰাম্য উদ্ভাৱকলৈ

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী

বিদেশত অপমান, স্বদেশত প্ৰচণ্ড দুৰ্নীতি: তথাপি থমকি নৰ'ল এইজন সমাজ সচেতন উদ্যমী