টেকস্পাৰ্কছ ২০১৬ত প্ৰদৰ্শিত কেইটামান ষ্টাৰ্টআপ

টেকস্পাৰ্কছ ২০১৬ত প্ৰদৰ্শিত কেইটামান ষ্টাৰ্টআপ

Friday September 30, 2016,

1 min Read

য়'ৰ ষ্ট'ৰীয়ে আয়োজন কৰা ভাৰতৰ সৰ্ববৃহৎ প্ৰযুক্তি ষ্টাৰ্টআপ সমাৰোহ টেকস্পাৰ্কছ বাংগালুৰুত আৰম্ভ হৈছে শুকুৰবাৰৰপৰা। একেৰাহে সপ্তম বৰ্ষৰ বাবে আয়োজিত হৈছে এই সমাৰোহ । এই বছৰ এই সমাৰোহৰ থীম হৈছে Build, Grow, Monetize আৰু দেশৰ আগশাৰীৰ ষ্টাৰ্টআপ সমূহে ইয়াত অংশগ্ৰহণ কৰিছে ।

এই সমাৰোহত প্ৰদৰ্শিত কেইটামান ষ্টাৰ্টআপ হৈছে- AgileCRM, ePaisa, HackerRank, GetResponse, E2E Networks, ZDream, Diziana, Inkinite, IndiFolio, EdgeNetworks, GoodWorkLabs and BlaBla Car. টেকস্পাৰ্কছৰ ষ্টাৰ্টআপ শ্বকেছৰ কিছু সম্পৰণীয় ক্ষণৰ চিত্ৰ আগবঢ়োৱা হৈছে -

image


 

image


image


image


image


image


image


image


image


image


টেকস্পাৰ্কছ ২০১৬ৰ পোনপটীয়া সম্প্ৰচাৰ চাওক

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বাংগালুৰুত আৰম্ভ প্ৰযুক্তি ষ্টাৰ্টআপৰ মহাকুম্ভ টেকস্পাৰ্কছ ২০১৬

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

শিতলকাৰী পোছাক: অতীত হ'ব বাতানূকুলক

বাইকত সমাজসেৱা এঞ্জেলছ ৰাইডাৰ্ছ গ্ৰুপৰ