টেকস্পাৰ্কছ ২০১৬ত প্ৰদৰ্শিত কেইটামান ষ্টাৰ্টআপ

1

য়'ৰ ষ্ট'ৰীয়ে আয়োজন কৰা ভাৰতৰ সৰ্ববৃহৎ প্ৰযুক্তি ষ্টাৰ্টআপ সমাৰোহ টেকস্পাৰ্কছ বাংগালুৰুত আৰম্ভ হৈছে শুকুৰবাৰৰপৰা। একেৰাহে সপ্তম বৰ্ষৰ বাবে আয়োজিত হৈছে এই সমাৰোহ । এই বছৰ এই সমাৰোহৰ থীম হৈছে Build, Grow, Monetize আৰু দেশৰ আগশাৰীৰ ষ্টাৰ্টআপ সমূহে ইয়াত অংশগ্ৰহণ কৰিছে ।

এই সমাৰোহত প্ৰদৰ্শিত কেইটামান ষ্টাৰ্টআপ হৈছে- AgileCRM, ePaisa, HackerRank, GetResponse, E2E Networks, ZDream, Diziana, Inkinite, IndiFolio, EdgeNetworks, GoodWorkLabs and BlaBla Car.  টেকস্পাৰ্কছৰ ষ্টাৰ্টআপ শ্বকেছৰ কিছু সম্পৰণীয় ক্ষণৰ চিত্ৰ আগবঢ়োৱা হৈছে -