জুনিয়ৰ হকী বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় জুনিয়ৰ হকী দললৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

জুনিয়ৰ হকী বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় জুনিয়ৰ হকী দললৈ প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Tuesday December 20, 2016,

1 min Read

জুনিয়ৰ হকী বিশ্বকাপ জয়ৰ বাবে ভাৰতীয় জুনিয়ৰ হকী দললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা আৰু অভিনন্দন জনায় ।

প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ যুৱ খেলুৱৈসকলৰ প্ৰদৰ্শনত অত্যন্ত সুখী হৈছো, গৌৰৱান্বিত হৈছো৷ জুনিয়ৰ হকী বিশ্বকাপ জয় কৰাৰ এই ঐতিহাসিক সাফল্যত মই তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনাইছো৷’’

image


তেওঁ লগতে কয়, ‘‘এই জুনিয়ৰ হকী বিশ্বকাপ জয় কৰা ক্ষণটোৱেই ভাৰতীয় হকীৰ ভৱিষ্যৎ সুদৃঢ় কৰি তুলিব আৰু যুৱ খেলুৱৈসকলৰ মাজত এই খেলবিধক অধিক জনপ্ৰিয় কৰি তুলিব৷’’

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

উদ্যমিতাৰে বহু লোকৰ জীৱন পোহৰোৱা এগৰাকী সাহসী মহিলা চয়নিকা ৰাজখোৱা

গ্ৰাম্যাঞ্চলত বহুতৰে জীৱন 'মধুময়' কৰিছে লীলা চৰণ দত্তই

সাত পুৰুষ ধৰি এটা কলাক ধৰি ৰখা এটা পৰিয়াল

গ্ৰাম্যাঞ্চলত বহুতৰে জীৱন 'মধুময়' কৰিছে লীলা চৰণ দত্তই