বৈধ নোট বেংকত জমা কৰিলে উলিওৱা ধনৰ সীমা বৃদ্ধি হ'ব: আৰ বি আই

বৈধ নোট বেংকত জমা কৰিলে উলিওৱা ধনৰ সীমা বৃদ্ধি হ'ব: আৰ বি আই

Tuesday November 29, 2016,

1 min Read

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকৰ পৰা উলিয়াব পৰা ধনৰ সীমা বৃদ্ধি কৰিলে । ইয়াৰ দ্বাৰা দেশত টকাৰ প্ৰচলন বৃদ্ধি কৰাবলৈ বিচৰা হৈছে । 

উদাহৰণ স্বৰূপে যদি কোনোবাই ২০০০, ৫০০, ১০০, ৫০, ২০, ১০ অথবা ৫ টকাৰ বৈধ নোটেৰে ৪০০০ টকা বেংকত জনা দিয়ে তেনেহলে সেইজন ব্যক্তিৰ বাবে ধন উলিউৱাৰ সীমা সাপ্তাহিক ২৪,০০০ টকাৰ ওপৰত ৪০০০ টকা বৃদ্ধি পাব । 

image


কাৰেণ্ট একাউন্টৰ ক্ষেত্ৰত ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে এই সীমা সপ্তাহত ৫০,০০০ টকা । ৰিাজাৰ্ভ বেংকৰ এক বিজ্ঞপ্তিত এই কথআ কোৱা হৈছে যে একাংশ লোকে বেংকৰ পৰা উলিয়াব পৰা ধনৰ সীমাৰ বাবেই বেংকত ধন থোৱাৰ ক্ষেত্ৰত হোহকা পিছলা কৰিবলৈ লৈছে । 

নোটৰ প্ৰচলনৰ ক্ষেত্ৰত ই স্থবিৰতাৰ সৃষ্টি কৰালৈ লক্ষ্য ৰাখি ২৯ নৱেম্বৰ বা তাৰ পিছত উলিওৱা ধনৰ ক্ষেত্ৰত এই ৰেহাই দিয়া হৈছে । উলিউৱা ধন ৫০০ আৰু ২০০০ টকীয়া নোটেৰে দিয়া হ'ব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন

প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ উদ্যোগত ম'বাইল বেংকিং আৰু নগদবিহীন লেনদেনৰ প্ৰশিক্ষণ

দেশৰ ৪০৪১খন নগৰ/চহৰত নগদবিহীন লেনদেনৰ আহ্বান

দিল্লী আৰক্ষীৰ এজন কনিষ্টবল আৰু এজন অট'চালক কিয় ঘৰে ঘৰে ঘূৰি ফুৰিছিল