ষ্টাৰ্ট-আপকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সমূখত ধাৰণা উপস্থাপন তিনি সচিব গোটৰ

ষ্টাৰ্ট-আপকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সমূখত ধাৰণা উপস্থাপন তিনি সচিব গোটৰ

Thursday January 05, 2017,

1 min Read

দেশৰ প্ৰশাসনীয় ব্যৱস্থালৈ উল্লেখনীয় পৰিৱৰ্তন অনাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমূখত ভাৰত চৰকাৰৰ তিনিটা সচিব গোটে ভালেমান বিষয়ত ভিন্নসূৰী ধাৰণা উপস্থাপন কৰে৷

image


নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান, ডিজিটেল সেৱাৰ ব্যৱহাৰ, উদ্ভাৱনীয়তা, আইনৰ সৰলীকৰণ আদি বিষয় সামৰি ‘প্ৰশাসন’ সন্দৰ্ভত এটা সচিব গোটে বিভিন্ন ধাৰণা উপস্থাপন কৰে৷

‘বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা’ সন্দৰ্ভত উপস্থাপন কৰা ধাৰণাসমূহত সন্নিৱিষ্ট আছিল শিক্ষা, সংস্থাপন আৰু ষ্টাৰ্ট-আপ আৰু ‘বিজ্ঞানৰ ব্যৱহাৰৰ বাবে সুচলতা’ৰ বাবে উন্নত সুযোগ আৰু উন্নত আহৰণযোগ্যতা৷

বিভিন্ন শক্তি উৎস আৰু শক্তিৰ কাৰ্যকৰীতা আদি সন্নিৱিষ্ট আছিল ‘শক্তি আৰু পৰিৱেশ’ শীৰ্ষক উপস্থাপিত বিষয়ত৷

আজিৰ এই সভাত ভালেমান কেন্দ্ৰীয় মন্ত্ৰীৰ উপৰি নীতি আয়োগৰ শীৰ্ষপৰ্যায়ৰ বিষয়াও উপস্থিত আছিল৷

উল্লেখ্য যে ইতিমধ্যে সূচীভুক্ত কৰা বিভিন্ন প্ৰশাসন বিষয়ক মুঠ ৯ টা বিষয়ৰ ভিতৰত আজিৰ এই সভাত ৪ টা বিষয়ক সামৰি লোৱা হৈছিল৷

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মান্দায়াৰ ঋণগ্ৰস্ত খেতিয়কসকলক নতুন জীৱন দিছে এজন ছফটৱেৰ ইঞ্জিনিয়াৰে

পদপথত ডাঙৰ হোৱা বিকাশ চৌধুৰী কৰ্পৰেট জগতৰ শীৰ্ষ পদবীত

চিকিউৰিটি গাৰ্ডৰ চাকৰিৰ পৰা চলচিত্ৰ জগতলৈ এৰে গৌড়াৰ উপন্যাসোপম যাত্ৰা

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী