অগ্নি-৫ ৰ সফল পৰীক্ষামূলক প্ৰক্ষেপণৰ বাবে ডি আৰ ডি অ’ক প্ৰধান মন্ত্ৰীৰ অভিনন্দন

অগ্নি-৫ ৰ সফল পৰীক্ষামূলক প্ৰক্ষেপণৰ বাবে ডি আৰ ডি অ’ক প্ৰধান মন্ত্ৰীৰ অভিনন্দন

Thursday December 29, 2016,

1 min Read

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নি-৫ ৰ সফল পৰীক্ষামূলক প্ৰক্ষেপণৰ বাবে ডি আৰ ডি অ’ৰ সকলো বৈজ্ঞানিকক অভিনন্দন জ্ঞাপন কৰিছে। “অগ্নি-৫ ৰ সফল পৰীক্ষামূলক প্ৰক্ষেপণে সকলো ভাৰতীয়ক গৌৰৱান্বিত কৰি তুলিছে। ই আমাৰ ৰাজনৈতিক সুৰক্ষাক অধিক শক্তিশালী কৰি তুলিব।

image


অগ্নি-৫ ৰ সফল পৰীক্ষামূলক প্ৰক্ষেপণ ডি আৰ ডি অ’ৰ লগত জড়িত সকলো বৈজ্ঞানিকৰ কষ্টৰ ফচল। মই তেওঁলোকক অভিনন্দন জনাইছো,” প্ৰধান মন্ত্ৰীগৰাকীয়ে কয়।

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

গাৱঁৰ মহিলাক লৈ অৰ্থনৈতিক বিপ্লৱ কৰিছে এইগৰাকী মহিলাই

অতিৰিক্ত খাদ্য পেলাব নোৱাৰিব ফ্ৰান্সৰ ছুপাৰমাৰ্কেটে

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি