মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

Thursday December 29, 2016,

1 min Read

চলিত বৰ্ষত মৰক্কোত ৭ ৰ পৰা ৮ নৱেম্বৰ তাৰিখলৈ জলবায়ু পৰিৱর্তন সম্পৰ্কে বিভিন্ন পক্ষৰ মাজত আলোচনা আৰু মত বিনিময়ৰ লক্ষ্যৰে যি সন্মিলন অনুষ্ঠিত হৈছিল, তাত উপস্থাপন কৰা ভাৰতৰ মতামত আৰু দৃষ্টিভঙ্গীলৈ আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটৰ বৈঠকে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে৷

image


মন্ত্ৰীসভাৰ এই অনুমোদনৰ উদ্দেশ্য হৈছে জলবায়ু পৰিৱর্তনৰ ফলত ক্ষতিগ্রস্ত দৰিদ্র জনতাৰ স্বার্থৰক্ষা আৰু মহাকাশৰ সুৰক্ষা। তাৰ লগতে, দেশৰ সর্বস্তৰৰ জনসাধাৰণৰ স্বার্থক সুৰক্ষিত কৰি ৰখাৰ কথাও চিন্তা কৰা হৈছে ভাৰতৰ অৱস্থান আৰু মন্ত্ৰীসভাৰ অনুমোদনৰ মাজেৰে। 

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড