পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড

Wednesday December 28, 2016,

1 min Read

মুম্বাইৰ জয়দীপ ছাজদেহে স্থাপন কৰা টেক্সুল নামৰ এটা কোম্পানীয়ে বিদেশৰ পেলনীয়া কাপোৰেৰে বেগ নিৰ্মাণ কৰে । ইয়াৰ দ্বাৰা তেওঁ কেৱল লাভজনক ব্যৱসায় কৰাই নহয় বহুতৰে বাবে উপাৰ্জনৰ পথো সৃষ্টি কৰিছে আৰু পৰিবেশ সংৰক্ষণ কৰিছে । 

Image : Wall Street Journal

Image : Wall Street Journal


বৰ্তমান টেক্সুলত ষাঠিজন লোক নিযুক্ত হৈ আছে । তেওঁলোকে বিদেশৰপৰা আমদানি হৈ অহা পেলনীয়া কাপোৰবোৰ কাটি বিভিন্ন ধৰণৰ বেগ নিৰ্মাণ কৰে । বৰ্তমান প্ৰতি বছৰে ১৫ লাখ বেগ তেওঁলোকে নিৰ্মাণ কৰে । এই বোগবোৰৰ মূল্য ২০ টকাৰপৰা ৪০০ টকা পৰ্যন্ত হয় । 

জ.দীপে আশা কৰে যে এদিন পশ্চিমীয়া দেশবোৰে উপলব্ধি কৰিব যে তেওঁলোকে প্ৰচুৰ পৰিমাণৰ পেলনীয়া কাপোৰেৰে আবৰ্জনাৰ সৃষ্টি কৰে আৰু এই কথা উপলব্ধি কৰাৰ পাছত তেওঁলোকে এই বেগবোৰ কিনিব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অতিৰিক্ত খাদ্য পেলাব নোৱাৰিব ফ্ৰান্সৰ ছুপাৰমাৰ্কেটে

গাৱঁৰ মহিলাক লৈ অৰ্থনৈতিক বিপ্লৱ কৰিছে এইগৰাকী মহিলাই

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

দহ হাজাৰ প্ৰতিবন্ধী লোকে একেলগে কৰিলে তিনিটা বিশ্ব ৰেকৰ্ড