ভাৰত আৰু ফ্রান্সৰ মাজত বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু উদ্ভাৱন ক্ষেত্রত বুজাবুজি চুক্তি কেবিনেটত উত্থাপন

ভাৰত আৰু ফ্রান্সৰ মাজত বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু উদ্ভাৱন ক্ষেত্রত বুজাবুজি চুক্তি কেবিনেটত উত্থাপন

Tuesday February 28, 2017,

1 min Read

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতৰ প্ৰযুক্তি উন্নয়ন পৰিষদ আৰু ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু ফ্রান্সৰ ৰাজহুৱা খণ্ডৰ বিনিয়োগ বেংক বিপিআইফ্ৰান্সৰ মাজত বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু নতুনত্ব উদ্ভাৱন ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ অৰ্থে স্বাক্ষৰিত বুজাবুজি চুক্তি বিষয়টি উত্থাপন কৰা হয়।

image


এই বুজাবুজি চুক্তিৰ ফলত বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু নতুনত্ব উদ্ভাৱন ক্ষেত্রত ফ্রান্স আৰু ভাৰতৰ মাজত কোম্পানী, সংস্থা আৰু প্রতিষ্ঠানসমূহৰ মাজত সহযোগিতামুলক বিনিময়েৰে আদান-প্রদানৰ পথ সুগম কৰিব।

ভাৰতৰ প্ৰযুক্তি উন্নয়ন পৰিষদ আৰু বিপিআইফ্ৰান্সৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন কাম-কাজৰ বিনিময়েই এই চুক্তিৰ মুল লক্ষ্য।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উদ্যোগশীলতাৰ বাৰ্ষিক অনুস্থান 'সম্পৰ্ক-২০১৭'

'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান