ভাৰত আৰু ছেনেগালৰ মাজত স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

ভাৰত আৰু ছেনেগালৰ মাজত স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Monday February 27, 2017,

1 min Read

কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ছেনেগালৰ মাজত স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত প্ৰস্তাৱিত বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বাবে অনুমোদন জনাইছে।

এই চুক্তিয়ে দুযোদেশৰ মাজত নিম্নোলিখিত মুল দিশবোৰত সহযোগিতা আগবঢ়াবঃ

সংহত ৰোগ অনুসন্ধান

চিকিৎসা সম্বন্ধীয় গৱেষণা

জৰুৰীকালীন সাহায্য

চিকিৎসালয়ৰ ব্যৱস্থাপনা

ঔষধ আৰু ফাৰ্মাচিউটিকেল উৎপাদন/চিকিৎসালয়ৰ সঁজুলি

পৰম্পৰাগত ঔষধ

এইডছ নিয়ন্ত্ৰণ

অন্যান্য পাৰস্পৰিক লাভালাভ থকা দিশ।

image


এই বুজাবুজি চুক্তি কাৰ্যকৰীকৰণ লগতে সহযোগিতাৰ সবিশেষ ব্যাখাৰ অৰ্থে এটা কৰ্মী গোট গঠন কৰা হ’ব।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মহিলাৰ স্বাস্থ্যৰ বাবে এজন পুৰুষৰ বিচিত্ৰ সংগ্ৰাম

বাৰাণসীৰ বাসিন্দাৰ বাবে ভগৱানৰ দূত- জেবি মেডিটেক

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে

যাওঁ ব'ল বুলি বিনা দ্বিধাই ক'বলৈ jaobol.com