১২ এপ্ৰিলত বি বৰুৱা মহাবিদ্যালয়ত 'বি প্লেন কণ্টেষ্ট'

১২ এপ্ৰিলত বি বৰুৱা মহাবিদ্যালয়ত 'বি প্লেন কণ্টেষ্ট'

Thursday April 06, 2017,

1 min Read

বি বৰুৱা মহাবিদ্যালয়ত অহা ১১-১২ এপ্ৰিলত অনুস্থিত হ'বলগীয়া উত্তৰ-পূব ভিত্তিক যুৱ মহোৎসৱ উপলক্ষে আয়োজন কৰা হব এখন ব্যাৱসায়িক আঁচনি প্ৰতিযোগিতা । উত্তৰ-পূবৰ বিভিন্ন শৈক্ষিক অনুস্থানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি থাকিব এই প্ৰতিযোগিতা । এই প্ৰতিযোগিতা কেৱল ধাৰণা পৰ্যায়ত থকা ষ্টাৰ্টআপৰ বাবেহে মুকলি থাকিব । প্ৰতিযেগিতাত যোগদান কৰিব বিচৰা সকলে বি বৰুৱা মহাবিদ্যালয়ৰ ৱেবছাইট bborooahcollege.co.in,  ফেচবুক  অথবা ৯৯৫৪৪৮৮৯৭০ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

image


ইয়াৰ উপৰিও এই যুৱ মহোৎসৱত অন্যান্য বহু প্ৰতিযোগিতা, কৰ্মশালা আদি অনুস্থিত হ'ব । এই বি প্লেন কণ্টেষ্টলৈ সহযোগ আগবঢ়াইছে য়'ৰ ষ্ট'ৰী অসমীয়াই । উত্তৰ পূবৰ বিভিন্ন শৈক্ষিক প্ৰতিস্থানৰ ছাত্ৰ-ছাত্ৰীক এই যুৱ মহোৎসৱত যোগদান কৰিবলৈ আহ্বান জনাইছে মহাবিদ্যালয় কতৃপক্ষই । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

উদ্যোগশীলতা হৈছে এটা যাত্ৰা যি আৰম্ভ হয় এটা ধাৰণাৰে: অৰৱিন্দ লামা, ট্ৰেভেলয়াৰী

এজন উদ্যমীয়ে পুঁজিৰ প্ৰশ্নটো শেষলৈ ৰাখিব লাগে: মনোজ বসুমতাৰী

ভাৰতীয় মহিলাৰ সবলীকৰণৰ বাবে লোভনীয় চাকৰি ত্যাগ কৰা মহিলাগৰাকী