দ্বিগুণ কৰ আৰোপ প্ৰত্যাহাৰ আৰু আয়কৰ ফাঁকি ৰোধ কৰিবৰ বাবে ভাৰত আৰু তাজিকিস্তানৰ মাজত সম্পাদিত চুক্তিলৈ কেবিনেটৰ অনুমোদন

দ্বিগুণ কৰ আৰোপ প্ৰত্যাহাৰ আৰু আয়কৰ ফাঁকি ৰোধ কৰিবৰ বাবে ভাৰত আৰু তাজিকিস্তানৰ মাজত সম্পাদিত চুক্তিলৈ কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

1 min Read

দেশৰ কেন্দ্রীয় কেবিনেটে ভাৰত আৰু তাজিকিস্তানৰ মাজত সম্পাদিত দ্বিগুণ কৰ আৰোপ প্ৰত্যাহাৰ আৰু আয়কৰ ফাঁকি ৰোধৰ চুক্তিখনলৈ যাৱতীয় অনুমোদন জনাইছে৷

image


এই বুজাবুজি চুক্তিখন বলবৎ হ’লে দুয়োখন দেশৰ মাজত দ্বিগুণ কৰ প্ৰত্যাহাৰ সংক্ৰান্তীয় চুক্তি অনুসাৰে কৰবিহীন অন্যান্য উদ্দেশ্যে আইন বলবৎকাৰী বিভিন্ন সংস্থাৰ সৈতে তথ্যৰ আদান-প্রদান সহজ হৈ পৰিব। 

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড