অপ্রচলিত আৰু অপ্ৰয়োজনীয় ১০৫খন আইন বাতিলৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

অপ্রচলিত আৰু অপ্ৰয়োজনীয় ১০৫খন আইন বাতিলৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Friday January 27, 2017,

1 min Read

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বৰ্তমান দেশত অপ্ৰচলিত আৰু অপ্ৰয়োজনীয় ১০৫খন আইন বাতিলকৰণৰ বাবে সংশোধন আৰু বাতিলকৰণ আইন, ২০১৭ উত্থাপন কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।

image


পটভূমিঃ

প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ দ্বাৰা গঠিত দুজনীয়া সদস্য কমিটি, ভাৰতীয় আইন আয়োগ তথা বিধায়িনী বিভাগে ১,৮২৪খন কেন্দ্রীয় আইনক অপ্রচলিত তথা অপ্রয়োজনীয় বুলি চিহ্নিত কৰিছে। ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগৰ পৰীক্ষা-নিৰীক্ষা আৰু পৰামৰ্শৱলীৰ ভিত্তিত ২০১৪ৰ মে’ৰ পৰা ২০১৬ৰ আগষ্টলৈ ১,১৭৫খন আইন বাতিল আৰু ৪খন প্ৰচলন কৰাৰ সন্দৰ্ভত ঘোষণা কৰা হয়। ইতিমধ্যে ভাৰত চৰকাৰৰ বিধায়িনী বিভাগকে ধৰি ৭৩টা মন্ত্ৰালয়/বিভাগৰ সৈতে আলাপ-আলোচনা তথা মতামতৰ পাছত বিভাগসমুহে ৪২২খন কেন্দ্ৰীয় আইনৰ ১০৫টা বাতিলকৰণত সন্মতি লাভ কৰাৰ বিপৰীতে ১৩৯খনত অসন্মতি প্ৰকাশ কৰে। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

দ্বিতীয় ব্ৰহ্মপুত্ৰ উপত্যকা ব্যাৱসায়িক আঁচনি প্ৰতিযোগিতাৰ সামৰণি

অসমৰ কাৰিকৰী ক্ষেত্ৰৰ বাধাই টলাব পৰা নাই উদ্যমী ৰাজৰ্ষি আৰু ৰাজীৱক 

সমস্যা সমাধান আৰু জীৱন ৰক্ষাত ব্ৰতী অভিজিতা কুলশ্ৰেষ্ঠৰ আকৰ্ষণীয় অতিন্দ্ৰীয়বাদৰ আহ্বান