কেৱল সৌৰশক্তিত চলা এখন গাওঁ

কেৱল সৌৰশক্তিত চলা এখন গাওঁ

Tuesday November 29, 2016,

1 min Read

২০১৫ চনৰ ২ অক্টোবৰৰ পাছত ভুৱনেশ্বৰৰ দক্ষিণ পশ্চিমে ২৫ কিলোমিটাৰ দূৰত অৱস্থিত বাপিপেঠা নামৰ এখন সৰু গাৱঁৰ ৩৫০ জন জনজাতীয় আবাসীৰ বাবে জীৱন একেবাৰে সলনি হৈ গ'ল । এই দিনটোতেই বাৰিপেঠা ৰাজ্যৰ প্ৰথমখন সম্পূৰ্ণ সৌৰশক্তি চালিত গাৱঁত পৰিণত হ'ল । ভাৰতৰ বিভিন্ন ঠাইত সৌৰশক্তি প্ৰকল্প বিফল হৈছে যদিও বাৰিপেঠাৰ কথাটো বেলেগ। বাৰিপেঠাৰ সৌৰ প্ৰকল্প হৈছে কম খৰছী, সৰল আৰু ৰাইজৰ মালিকানাধীন । 

Representational Image, Source - The New York Times

Representational Image, Source - The New York Times


৭ লাখ টকীয়া এই প্ৰকল্পটো ECCO Electronics নামৰ সৌৰ সঁজুলি নিৰ্মাণ প্ৰতিষ্ঠান আৰু জেকছন গ্ৰুপ নামৰ এটা বহুমূখী শক্তি প্ৰতিষ্ঠানে এই প্ৰকল্প স্থাপন কৰিছে । গাওঁখনৰ ৬১ খন ঘৰত বিদ্যুৎ যোগান ধৰিছে 

এই প্ৰকল্পৰ আঁচনি প্ৰস্তুতকৰণত সমস্ত গাওঁখন জড়িত । গাৱঁৰ মূৰব্বী নাৰায়ণ হিছা আৰু এজন স্থানীয় আই টি আই ডিপ্লমাধাৰী এপিল কুমাৰ সিঙে এই প্ৰকল্পৰ পৰিচালন কৰে । এই প্ৰকল্পটোৰ চোৱাচিটাৰ নামত বৰ বিশেষ কৰিবলগীয়া একো নাথাকে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে

পেলনীয়া প্লাষ্টিকেৰে ঘৰ বনায় এইজন সামাজিক উদ্যমীয়ে

বৈধব্যৰ পাছত স্বামীগৃহই ত্যাগ কৰা নিধি এতিয়া সেনা বিষয়া