দিল্লী মেট্ৰত বিনামূলীয়াকৈ পোৱা যাব কিতাপ

দিল্লী মেট্ৰত বিনামূলীয়াকৈ পোৱা যাব কিতাপ

Monday July 17, 2017,

1 min Read

দিল্লীৰ এক দম্পতিয়ে লৈছে এক অভিনৱ পদক্ষেপ । গ্ৰন্থপ্ৰেমীৰ বাবে দিল্লী মেট্ৰ'ত কিতাপৰ ব্যৱস্থা কৰাৰ এক পদক্ষেপ লৈছে এই দম্পতিয়ে । এই পদক্ষেপৰ ফলত মেট্ৰ'ৰ যাত্ৰীয়ে বিনামূলীয়াকৈ কিতাপ পঢ়িবলৈ পাব । দিল্লী নিবাসী শ্ৰুতি শৰ্মা আৰু তৰুণ চৌহানৰ এই প্ৰচেষ্টা 'বুক্স অন দেলহী মেট্ৰ' যথেষ্ট জনপ্ৰিয় হ'ব বুলি দুয়ো আশাবাদী । 

image


মেট্ৰ' ষ্টেচন আৰু মেট্ৰ ৰেলৰ ডবাৰ ভিতৰত এই প্ৰকল্পৰ অধীনত কিতাপ ৰখা হৈছে । এই প্ৰকল্পত তেওঁলোকৰ অংশীদাৰ হৈছে প্ৰকাশন গোষ্ঠী হাৰ্পাৰ কলিন্স । যিকোনো মানুহে ইচ্ছা কৰিলে মেট্ৰ' কিতাপ ৰাখিব পাৰে 

এই কিতাপ যাত্ৰীসকলে লৈ যাব পাৰে অৱশ্যে পাছত তেওঁলোকে এই কিতাপখন ঘূৰাই দিব লাগিব । হেৰী পটাৰ চিৰিজৰ শিল্পী এমা ৱাটছনৰ বুকছ অন দা আণ্ডাৰগ্ৰাউণ্ডৰ দ্বাৰা অনুপ্ৰাণিত হৈ শ্ৰুতিয়ে ভাৰততো এই পদক্ষেপ লোৱাৰ কথা চিন্তা কৰিছিল । 

 এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মাহে চাৰি টকা দৰমহা পোৱা সুৰেশ পুজাৰীয়ে দেশে-বিদেশে ২২ খন ৰেষ্টোৰাঁ খোলাৰ কাহিনী

আবৰ্জনাৰ অভাৱত বিদেশৰপৰা আমদানি কৰিছে ছুইডেনে

পত্নীৰ ব্যৱসায় সামগ্ৰী সৰবৰাহৰ অসুবিধাই অনুপ্ৰাণিত কৰিলে এইজন উদ্যোগীক