এবছৰত ১১ লাখ গছপুলি ৰোৱা এগৰাকী মহিলা

এবছৰত ১১ লাখ গছপুলি ৰোৱা এগৰাকী মহিলা

Thursday December 29, 2016,

1 min Read

দিল্লীৰ বাসিন্দা ৫২ বছৰীয়া ৰাধিকা আনন্দ। এগৰাকী বায়ু সেনাৰ প্ৰাক্তন বিষয়াৰ জীয়ৰি ৰাধিকাই এবছৰত ১১ লাখ গছপুলি ৰুইছে । ভাৰতীয় সেনাৰ সহযোগত ৰাধিকাই আম, জামু, তেতেলী কঁঠাল আদি বিভিন্ন গছ মহাৰাষ্ট্ৰ আৰু ৰাজস্থানকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন স্থানত ৰুইছে । 

Image : Typical Indian

Image : Typical Indian


ৰাধিকা প্লেন্টলজী নামৰ এটা সংস্থাৰ মূখ্য কাৰ্যবাহী বিষয়া । এই সংস্থাই ভাৰতত গছ-গছনি বৃদ্ধি কৰাৰ লক্ষ্যৰে কাম কৰে । প্ৰতি বছৰে ৫০,০০০ গছপুলি ৰোৱাৰ লক্ষ্য আছে তেওঁলোকৰ । তেওঁলোকে ৰোৱা গছপুলিবোৰৰ ৰক্ষা কৰে ভাৰতীয় সেনাই । 

ৰাধিকাই পৰিবেশ সংৰক্ষণৰ ওপৰত ৫০০ কৰ্মশালা আয়োজন কৰিছে । ২০০৬ চনৰপৰা আয়োজন কৰা এই কৰ্মশালাবোৰৰ সহায়ত যুৱ সমাজৰ মাজত বনানীকৰণ সম্পৰ্কে সজাগতা অনাৰ চেষ্টা চলায় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মেৰীনা বীচত চাহ বিক্ৰী কৰোঁতেই বিশাল ব্যাৱসায়িক সাম্ৰাজ্যৰ সপোন দেখিছিল এইগৰাকী মহিলাই

বন্ধ কাৰখানা চলাই বিশাল কোম্পানী গঢ়া এজন শ্ৰমিক

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো